চিনেকথা ১০

অসমীয়া চলচ্চিত্ৰৰ ১০ টি আপুৰুগীয়া গীত

১. ফাগুনৰে পছোৱাই আঁচলকে উৰুৱাই

চলচ্চিত্ৰ – ৰুণুমী (১৯৫২)

সুৰকাৰ – দৰ্পনাথ শৰ্মা

গীতিকাৰ – নৱ বৰুৱা

শিল্পী – আইভী বৰুৱা

২. সোণৰে পালেঙতে অ’ মনেতৰা

চলচ্চিত্ৰ – জয়মতী (১৯৩৫)

সুৰকাৰ – জ্যোতিপ্ৰসাদ আগৰৱালা

গীতিকাৰ – জ্যোতিপ্ৰসাদ আগৰৱালা

শিল্পী – আৰতি শৰ্মা

৩. অজান বেথাৰ লাগি শিহৰণ

চলচ্চিত্ৰ – স্মৃতিৰ পৰশ (১৯৫৬)

সুৰকাৰ – ব্ৰজেন বৰুৱা

গীতিকাৰ – কেশৱ মহন্ত

শিল্পী – ৰমেন বৰুৱা

৪. যৌৱনে আমনি কৰে

চলচ্চিত্ৰ – লাচিত বৰফুকন (১৯৬০)

সুৰকাৰ  – ক্ষীৰদাকান্ত বিষয়া

গীতিকাৰ – ক্ষীৰদাকান্ত বিষয়া

শিল্পী – দীপালী বৰঠাকুৰ

৫. কঁপি উঠে কিয় তাজমহল

চলচ্চিত্ৰ – চিৰাজ (১৯৪৮)

সুৰকাৰ – ভূপেন হাজৰিকা

গীতিকাৰ – ভূপেন হাজৰিকা

শিল্পী – ভূপেন হাজৰিকা

৬. টুনটুন কণমান আহা

চলচ্চিত্ৰ – স্মৃতিৰ পৰশ (১৯৫৬)

সুৰকাৰ – ব্ৰজেন বৰুৱা

গীতিকাৰ – কেশৱ মহন্ত

শিল্পী – ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা, গিৰিন বৰুৱা

৭. অ’ পৃথিৱীৰে অ’ ভাৰতীৰে

চলচ্চিত্ৰ – বিপ্লৱী (১৯৪৮)

সুৰকাৰ – ভূপেন হাজৰিকা

গীতিকাৰ – ভূপেন হাজৰিকা

শিল্পী – ভূপেন হাজৰিকা আৰু সহশিল্পী

৮. পূৰ্বাচল বাসিনী সোণৰে অসম ভূমি

চলচ্চিত্ৰ – সৰাপাত (১৯৫৬)

সুৰকাৰ – মুকুল বৰুৱা

গীতিকাৰ – মুকুল বৰুৱা

শিল্পী – বীৰেন দত্ত, লক্ষহীৰা দাস, জ্যোতিৰ্ময় কাকতি, গুণদা দাস

৯. কাকনো সুঁৱৰি কিনো বিচাৰি

চলচ্চিত্ৰ – ধুমুহা (১৯৫৭)

সুৰকাৰ – ভূপেন হাজৰিকা

গীতিকাৰ – ভূপেন হাজৰিকা

শিল্পী – ভূপেন হাজৰিকা

১০. কান্দে ৰাধা ৰাণী

চলচ্চিত্ৰ – মাটিৰ স্বৰ্গ (১৯৬৩)

সুৰকাৰ – জীতেন দেৱ

গীতিকাৰ – মুক্তিনাথ বৰদলৈ

শিল্পী – বীৰেন্দ্ৰ কুমাৰ ফুকন

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.6 / 5. ভোট : 110

1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!