ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ কালজয়ী খোজটিৰ বাবেই অসমত আৰম্ভ হৈছিল এক নতুন যুগৰ, চিনেমা যুগৰ। বিদেশৰ পৰা ঘুৰি আহি ১৯৩৫ চনত ‘জয়মতী’ৰ জৰিয়তে ৰূপকোঁৱৰে দি যোৱা অসমীয়া চিনেমাই আজি পচাঁশী বছৰ গৰকিলে। ৰূপকোঁৱৰ অকল চলচ্চিত্ৰ নিৰ্মাতাই নাছিল – স্বাধীনতা সংগ্রামৰ পৰা সমাজ সংস্কাৰলৈ, গল্প-কবিতাৰ পৰা গীত- নাটলৈ সকলোতে আছিল ৰূপকোঁৱৰৰ সৃষ্টিশীল কাপৰ বিচৰণ! চিনেমাৰ ক্ষেত্রতো তেখেত অকল নির্মাতা শব্দতে বান্ধিব পৰা ব্যক্তিত্বৰ নহয়। হয়তো তেখেতে বহুকেইটা দিশৰ অকলে দক্ষতাৰে ভাৰ ল’ব পৰা গুণাকৰ আছিল বাবেই অসমীয়া চিনেমাৰ যাত্রা ভাৰতীয় আন বহুতো আঞ্চলিক ভাষাৰ চিনেমাতকৈ আগতে আৰম্ভ হৈছিল।
ৰূপকোঁৱৰৰ জন্মবাৰ্ষিকীত চিনেকথাৰ জৰিয়তে তেখেতলৈ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে অসমীয়া চিনেমাত চিত্ৰায়ণ হোৱা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত দহটি গীত (‘জ্যোতি সংগীত’) ৰ বিষয়ে উল্লেখ কৰি তেখেতৰ সৃষ্টিৰাজিক স্মৰণ কৰি ‘চিনেকথা ১০’ৰ বিশেষ সংযোজন –
গীত কেইটি শুনিবলৈ/চাবলৈ গীতটিৰ নামটোৰ ওপৰত ক্লিক কৰক। এই গীতৰ তালিকাত আগবাৰীত ফুলিলে, মোৰে ভাৰতৰে মোৰে সপোনৰে আৰু মোৰে মন বনতে তই কি বাঁহী বজালি এই তিনিটা গীতৰ অ’ডিঅ মূল চলচ্চিত্ৰৰ পৰা লোৱা হোৱা নাই।
চলচ্চিত্ৰ – জয়মতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
শিল্পী – দিলীপ শৰ্মা, আৰতি শৰ্মা
মুক্তি – ১০ মাৰ্চ, ১৯৩৫
২. আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
চলচ্চিত্ৰ – জয়মতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
শিল্পী – আৰতি শৰ্মা
মুক্তি – ১০ মাৰ্চ, ১৯৩৫
চলচ্চিত্ৰ – জয়মতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
শিল্পী – আৰতি শৰ্মা
মুক্তি – ১০ মাৰ্চ, ১৯৩৫
চলচ্চিত্ৰ – জয়মতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
শিল্পী – আৰতি শৰ্মা
মুক্তি – ১০ মাৰ্চ, ১৯৩৫
৫. মোৰে মন বনতে তই কি বাঁহী বজালি
চলচ্চিত্ৰ – ইন্দ্ৰমালতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
মুক্তি – ১ আগষ্ট, ১৯৩৯
চলচ্চিত্ৰ – ইন্দ্ৰমালতী
পৰিচালনা – জ্যোতিপ্ৰসাদ আগৰৱালা
শিল্পী – ভূপেন হাজৰিকা
মুক্তি – ১ আগষ্ট, ১৯৩৯
চলচ্চিত্ৰ – কাজিৰঙাৰ কাহিনী
পৰিচালনা – সমৰেন্দ্ৰ নাৰায়ণ দেৱ
শিল্পী – মিহিৰ বৰদলৈ
মুক্তি – ১৯৮২
চলচ্চিত্ৰ – কনকলতা
পৰিচালনা – কুন্তলা ডেকা
মুক্তি – ১৯৮৯
চলচ্চিত্ৰ – কনকলতা
পৰিচালনা – কুন্তলা ডেকা
মুক্তি – ১৯৮৯
চলচ্চিত্ৰ – কেঁচাসোণ
পৰিচালনা – ফণী শৰ্মা
শিল্পী – ভূপেন হাজৰিকা, মন্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস, বিৰজা দাস
মুক্তি – ২৯ মাৰ্চ, ১৯৫৯
