আজি ভাৰতৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস। প্রায় এটা শতিকা জোৰা স্বাধীনতা আন্দোলনৰ ইতিহাস সম্বলিত হৈ আছে ভাৰতৰ বহু চিনেমাত। গতিকে অসমীয়া চিনেমাও নিশ্চিতকৈ ব্যতিক্রম নহয়। দেশপ্ৰেমক প্রত্যক্ষ অথবা পৰোক্ষ বিষয় হিচাবে লৈ অসমতো নির্মাণ হৈছে চিনেমা। অৱধাৰিতভাৱে চিনেমাত ব্যৱহৃত বহু গীতে বহন কৰিছে স্বদেশপ্ৰেমৰ স্বাক্ষৰ। আজি এই বিশেষ দিনত অসমীয়া চিনেমাত ব্যৱহৃত দহোটি দেশপ্রেমমূলক গীত শুনিব পৰাকৈ যুগুতাই ‘চিনেকথা’ৰ তৰফৰ পৰা সকলোলৈ জনাইছো স্বাধীনতা দিৱসৰ শুভকামনা।
১) বিশ্ববিজয়ী নৱ জোৱান
চিনেমা : ইন্দ্রমালতী (১৯৩৯)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা
গীতিকাৰ : জ্যোতিপ্রসাদ আগৰৱালা
সংগীত : জ্যোতিপ্রসাদ আগৰৱালা
২) অ’ ভাৰতীৰে অ’ পৃথিৱীৰে
চিনেমা : বিপ্লৱী (১৯৫০)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা আৰু সংগীবৃন্দ
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
৩) অসমীৰ মুখতে হাঁহি নাই
চিনেমা : পিয়লী ফুকন (১৯৫৫)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
৪) পূর্বাচল বাসিনী সোণৰে অসম ভূমি
চিনেমা : সৰাপাত (১৯৫৬)
কণ্ঠশিল্পী : বীৰেন দত্ত, লক্ষহীৰা দাস, জ্যোতির্ময় কাকতি, গুণদা দাস
গীতিকাৰ : মুকুল বৰুৱা
সংগীত : মুকুল বৰুৱা
৫) বুকু হম হম কৰে
চিনেমা : মণিৰাম দেৱান (১৯৬৪)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
৬) সংগ্রাম লগ্নে আজি
চিনেমা : মণিৰাম দেৱান (১৯৬৪)
কণ্ঠশিল্পী : সুদক্ষিণা শর্মা
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
৭) তপ্ত তীখাৰে অগ্নি শক্তি
চিনেমা : মণিৰাম দেৱান (১৯৬৪)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, শ্যামল মিত্র, ইলা বসু, সুদক্ষিণা শর্মা, স্তুতি হাজৰিকা, দিলীপ শর্মা
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
৮) ই যে ৰণাংগনৰ কাহিনী
চিনেমা : বোৱাৰী (১৯৮২)
কণ্ঠশিল্পী : সমৰ হাজৰিকা
গীতিকাৰ : ডা: উপেন কাকতি
সংগীত : ডা: উপেন কাকতি
৯) অগ্নিযুগৰ ফিৰিঙতি মই
চিনেমা : চিৰাজ (১৯৪৮)
কণ্ঠশিল্পী : ড: ভূপেন হাজৰিকা
গীতিকাৰ : ড: ভূপেন হাজৰিকা
সংগীত : ড: ভূপেন হাজৰিকা
১০) লুইতৰে পাৰৰে আমি ডেকা ল’ৰা
চিনেমা : কনকলতা (১৯৮৯)
কণ্ঠশিল্পী : সমবেত শিল্পী
গীতিকাৰ : জ্যোতিপ্রসাদ আগৰৱালা
সংগীত : জ্যোতিপ্রসাদ আগৰৱালা (মূল), অনুপম চৌধুৰী (চিনেমা)
