১০. পূজা কী বাজাৰ বহুত মজাৰ
চিনেমা: মাটিৰ স্বর্গ (১৯৬৩)
কণ্ঠ: অসিত কুমাৰ
সংগীত: জিতেন দেৱ, বীৰেন্দ্র কুমাৰ
পূজা কী বাজাৰ বহুত মজাৰ পুতুল খেলা দৰা কইনা ঝুমি ঝুমি ঝন ঝন ঝন লে যাও বাবু লিয়ে যাও খোকা লৈ যোৱা মইনাকণ। এই চোৱা মইনাকণ। এই চোৱা মটৰ গাড়ী যাব পলাশবাৰী এক ৰূপীয়া চাৰ আনা দাম তাৰ মামা যাব ককাইদেউতা হ'ব পেছেঞ্জাৰ তুমি হ'বা কণ্ডাক্টৰ বেল বজাবা ঠন ঠন ঠন লে যাও বাবু লিয়ে যাও খোকা লৈ যোৱা মইনাকণ। চাৰ আনামে তাজমহল ড্রইং ৰূমত ৰাখিব ভাল বুদ্ধাসাধু লৈ যোৱা ভাই টকাত তিনিজন লে যাও বাবু লিয়ে যাও খোকা লৈ যোৱা মইনাকণ। আৰু কি লাগিব? পিষ্টল? গুলিভী এক ডর্জন? গণ্ডাৰ বান্দৰ শেৰ চুচুন্দৰ চুপ হ'ব সবকা গর্জন? বন যাও পুলিচ, বন যাও ডাকু বন যাও জংলী টার্জন লে যাও বাবু লিয়ে যাও খোকা লৈ যোৱা মইনাকণ।
