চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

৮. মন কিয় সপোন ৰঙীণ

চিনেমা: আদালত (১৯৭৬)

কণ্ঠ: দ্বীপেন বৰুৱা

সংগীত: জিতু-তপন

মন কিয় সপোন ৰঙীন তুমি জানা নেকি
এই মধুৰ স্বপ্ন খেলাত আমাৰ চিনাকি
কাৰ চকুৱে খেলিলে লুকাভাকু
মন আকাশত সানিলে ৰঙাফাকু
কয় কলীয়া মেঘে আৰু থাকিলে কি বাকী
মন কিয় নিৰাশ মগন তুমি জানা নেকি।
এই সময় হাঁহিব আঁৰে আঁৰে
কোন বেদনাৰ মায়াৰ জাল তৰে
কঁপে দুখনি হিয়া তাৰে দোলনি লাগি
মন আজি কিহত মগন তুমি জানা নেকি।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!