শেহতীয়াকৈ

নেটফ্লিক্সত আখুনি

উত্তৰ পূৰ্বাঞ্চলৰ আন এগৰাকী চিত্ৰনিৰ্মাতাৰ এখন চৰ্চিত চিনেমা শীঘ্ৰেই আহি আছে নেটফ্লিক্সত। চিত্ৰনিৰ্মাতা নিকোলাছ খাৰকঙৰৰ আখুনি (Axone) ১২ জুনত মুক্তি পাব নেটফ্লিক্সত।

মুলতঃ উত্তৰ পুৱৰ খাদ্যাভাসৰ বিষয়ে দেশৰ অন্য প্ৰান্তত থকা দৃষ্টিভংগীকে ধৰি অন্যান্য দিশ সমূহক সাঙুৰি নিৰ্মিত চিনেমাখনে ইতিমধ্যে বি এফ আই লণ্ডন ফিল্ম ফেষ্টিভেল, মুম্বাই মামি ফিল্ম ফেষ্টিভেল আদিত উচ্চ প্ৰশংসা লাভ কৰিছে। অভিনয়ত আছে ডলি আহলুৱালিয়া, আকাশ ভৰদ্বাজ, চায়ানী গুপ্তা, লিন লেইশ্বৰাম, বিনয় পাঠক, জিম্পা ভুটিয়া আদি।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.2 / 5. ভোট : 27

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!