পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠান (FTII)ত ১৬ জুনৰ পৰা ২০ জুনলৈ ৫ দিনীয়া এক অনলাইন স্মাৰ্টফোন ফিল্ম মেকিং পাঠ্যক্ৰমৰ আয়োজন কৰা হৈছে। আৱেদনৰ অন্তিম সময় ১১ জুন আবেলি ৬ বজালৈ। অধিক তথ্যৰ বাবে চাওক https://www.ftii.ac.in/