শ্ৰদ্ধাঞ্জলি

বিশিষ্ট পৰিচালক, প্ৰযোজক পদ্ম কৈৰীৰ দেহাৱসান

অসমীয়া চিনেমা জগতৰ এগৰাকী বিশিষ্ট পৰিচালক, প্ৰযোজক, অভিনেতা পদ্ম কৈৰীৰ দেওবাৰে নিশা ৭০ বছৰ বয়সত দেহাৱসান ঘটে। চাহ জনগোষ্ঠীয় প্ৰথমখন চিনেমা ‘বুধু অৰ্জুন’ৰ লগতে টি.ভি. ধাৰাবাহিক ‘চিৰীছ’ নিৰ্মাণৰ লগতে ৰঙানদী, ৰতনলাল, মায়া, মা আদি চিনেমা নিৰ্মাণৰ লগতে অভিনয়ো কৰিছিল। ১৯৮৫ চনত বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক হিচাবেও নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.3 / 5. ভোট : 28

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!