জীগৰ মোৰাদাবাদী নামৰ বিখ্যাত উৰ্দ্দু কবিয়ে লিখিছিল – ‘নগ্মা ৱোহি হ্যায়, নগ্মাকে যিচ্কো ৰূহ শুনে ঔৰ ৰূহ শুনায়ে’। সেয়াহে গীত, যি গীত...
অসমীয়া চলচ্চিত্ৰৰ জনক জ্যোতিপ্ৰসাদে কি দৰে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি, অভাৱনীয় বাধা-বিঘিনি অতিক্রম কৰি প্ৰথম অসমীয়া ছবি ‘জয়মতী’ নির্মাণ কৰিছিল...
১৯৪৮ চনৰ জুন মাহত আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগ দি ১৯৮৭ চনৰ ৩১ অক্টোবৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মুকুল বৰুৱাই সুদীৰ্ঘ চাৰিটা...
দুই ছেপ্টেম্বৰ, ১৯৯০ চন। কলিকতা। ৰাতিপুৱাৰপৰা ধাৰাসাৰ বৰষুণ। মোৰ কলিকতাৰ বাসস্থানৰপৰা খিৰিকীখন খুলি চাই ভাবিলোঁ, চহৰখন চাগৈ পানীৰে ভৰি গৈছে। ইফালে, কালি...
ডঃ ভূপেন হাজৰিকাদেৱে লোৱা ফণী শৰ্মাদেৱৰ এই সাক্ষাৎকাৰটি ১৯৫৯ চনৰ ‘গতি’ আলোচনীত প্ৰকাশিত হৈছিল। ১৯৫৮ চনৰ ডিচেম্বৰ। কেলকাটা মুভীটোনৰ মজিয়া। – ছাইলেঞ্চ।...
প্ৰভূত অর্থ আৰু জন্মগত প্ৰতিভাৰ লগতে অনুকূল পৰিবেশৰ মাজতে, প্রমথেশ বৰুৱাই চলচ্চিত্ৰৰ খুঁটি-নাটি তথা প্রয়োগ প্রদ্ধতিৰ ক্ষেত্ৰত বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে সম্যক...
গুৱাহাটী অনাতাঁৰ কেন্দ্র স্থাপিত হোৱাৰ পিছত জনাজাত হোৱা এগৰাকী প্রতিভাশালী সংগীতকাৰ আছিল ব্রজেন বৰুৱা। থলুৱা গীত-মাতৰ সৈতে ব্রজেন বৰুৱাৰ ঘনিষ্ঠ পৰিচয় আছিল...