টোকা – অসমীয়া চিনেমাৰ এই তথ্যভঁৰাল প্ৰস্তুতকৰণত বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত লেখা, সমল ব্যক্তি আৰু উপলব্ধ মূল চিনেমাৰ পৰা তথ্য আহৰণ কৰা হৈছে। লগতে বিভিন্ন প্ৰসংগ পুথি (বিশেষকৈ অতুল চন্দ্ৰ হাজৰিকাৰ ‘মঞ্চলেখা’, অৰুণলোচন দাসৰ ‘অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত’, উৎপল মেনাৰ ‘অসমীয়া চিনেমা’) ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহ সঞ্চালকালয়ৰ সহায় লোৱা হৈছে। চিনেমাৰ এই তথ্য সমূহত কোনো ভুল-ক্ৰুটি দৃষ্টিগোচৰ হ’লে আমাক ই-মেইলযোগে অৱগত কৰিবলৈ সদাশয় লোকক অনুৰোধ জনোৱা হ’ল। আমাৰ ই-মেইল ঠিকনা – hello@cinekatha.com
১৯৩৫-১৯৪৫
| |
---|
জয়মতী | |
মুক্তি | ১০ মাৰ্চ, ১৯৩৫ |
প্ৰযোজনা/বেনাৰ | চিত্ৰলেখা মুভিটোন, তেজপুৰ/জ্যোতিপ্ৰসাদ আগৰৱালা |
পৰিচালনা | জ্যোতিপ্ৰসাদ আগৰৱালা |
চিত্ৰনাট্য/সংলাপ | জ্যোতিপ্ৰসাদ আগৰৱালা |
সংগীত | জ্যোতিপ্ৰসাদ আগৰৱালা |
কাহিনী | লক্ষ্মীনাথ বেজবৰুৱা |
সম্পাদনা | - |
চিত্ৰগ্ৰহণ | ভুপাল শংকৰ মেহতা |
শব্দগ্ৰহণ | ফৈজী ভ্ৰাতৃদ্বয় (লাহোৰ) |
অভিনয় শিল্পী | আইদেউ সন্দিকৈ, ফুনু বৰুৱা, ফণী শৰ্মা, নৰেন বৰদলৈ, স্বৰ্গজ্যোতি বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ইন্দ্ৰমালতী | |
মুক্তি | ১ আগষ্ট, ১৯৩৯ |
প্ৰযোজনা/বেনাৰ | চিত্ৰলেখা মুভিটোন, তেজপুৰ/জ্যোতিপ্ৰসাদ আগৰৱালা |
পৰিচালনা | জ্যোতিপ্ৰসাদ আগৰৱালা |
চিত্ৰনাট্য/সংলাপ | জ্যোতিপ্ৰসাদ আগৰৱালা |
সংগীত | জ্যোতিপ্ৰসাদ আগৰৱালা |
কাহিনী | জ্যোতিপ্ৰসাদ আগৰৱালা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | অৰোৰা ফিল্ম ষ্টুডিঅ’ |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | মনোভিৰাম বৰুৱা, ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, থানু বৰা আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মনোমতী | |
মুক্তি | ৩ এপ্ৰিল, ১৯৪১ |
প্ৰযোজনা/বেনাৰ | ৰোহিনী কুমাৰ বৰুৱা |
পৰিচালনা | ৰোহিনী কুমাৰ বৰুৱা |
চিত্ৰনাট্য/সংলাপ | প্ৰভাত শৰ্মা |
সংগীত | কমল নাৰায়ন চৌধুৰী, ৰঞ্জিত ৰায় |
কাহিনী | ৰজনীকান্ত বৰদলৈ |
সম্পাদনা | বীৰেন গুহ, জীৱন ফুকন |
চিত্ৰগ্ৰহণ | এ কে সেন |
শব্দগ্ৰহণ | শম্ভূ সিং |
অভিনয় শিল্পী | ৰোহিনী কুমাৰ বৰুৱা, ৰত্না বৰুৱা, ৰাধাগোবিন্দ বৰুৱা, প্ৰভাত শৰ্মা, নীলিমা দত্ত আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
Pages: 1 2 3 4 5