চিনেকথা
১৯৪৬-১৯৫৫
| |
---|
ৰূপহী | |
মুক্তি | ৬ ছেপ্তেম্বৰ, ১৯৪১ |
প্ৰযোজনা/বেনাৰ | পাৰ্বতী প্ৰসাদ বৰুৱা |
পৰিচালনা | পাৰ্বতী প্ৰসাদ বৰুৱা |
সংগীত | পাৰ্বতী প্ৰসাদ বৰুৱা |
চিত্ৰনাট্য/সংলাপ | পাৰ্বতী প্ৰসাদ বৰুৱা/পদ্মধৰ চলিহা/মোক্ষদা চলিহা |
কাহিনী | কমলেশ্বৰ চলিহা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | বিভূতি দাস, ধীৰেন দে |
শব্দগ্ৰহণ | চাৰ্লছ ক্ৰিড |
অভিনয় শিল্পী | কানন চক্ৰৱৰ্তী, পুণ্য কোঁৱৰ, মণিকা নাজিৰ, পাৰ্বতী প্ৰসাদ বৰুৱা, শুভা দত্ত, পদ্মধৰ চলিহা আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
চিৰাজ | |
মুক্তি | ১৬ জানুৱাৰী, ১৯৪৮ |
প্ৰযোজনা/বেনাৰ | চিত্ৰাৱলী পিকচাৰ্ছ লিমিটেড |
পৰিচালনা | ফণী শৰ্মা |
সংগীত | বিষ্ণু ৰাভা |
চিত্ৰনাট্য/সংলাপ | বিষ্ণু ৰাভা, ফণী শৰ্মা |
কাহিনী | লক্ষীধৰ শৰ্মা |
সম্পাদনা | কমল গাংগুলী |
চিত্ৰগ্ৰহণ | সুধীশ ঘটক |
শব্দগ্ৰহণ | সমৰ বসু, গোবিন্দ মল্লিক |
অভিনয় শিল্পী | ফণী শৰ্মা, ভৱ হাজৰিকা, চন্দ্ৰধৰ গোস্বামী, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, অম্বিকা পাটোৱাৰী আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
নিমিলা অংক | |
মুক্তি | ১৬ ছেপ্তেম্বৰ, ১৯৫৫ |
প্ৰযোজনা/বেনাৰ | নীলাচল চিত্ৰপীঠ |
পৰিচালনা | লক্ষ্যধৰ চৌধুৰী |
সংগীত | পুৰুষোত্তম দাস |
চিত্ৰনাট্য/সংলাপ | লক্ষ্যধৰ চৌধুৰী |
কাহিনী | লক্ষ্যধৰ চৌধুৰী |
সম্পাদনা | ৰমেশ যোশী |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | বাণী দত্ত, হৃষীকেশ মুখাৰ্জী |
অভিনয় শিল্পী | অনুপমা ভট্টাচাৰ্য, গিৰিজা হাজৰিকা, লক্ষ্যধৰ চৌধুৰী, কমল নাৰায়ণ চৌধুৰী, মোৱাজ্জিন আলী আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
বদন বৰফুকন | |
মুক্তি | ১৫ এপ্ৰিল, ১৯৪৭ |
প্ৰযোজনা/বেনাৰ | ইষ্টাৰ্ণ মুভিজ লিমিটেড |
পৰিচালনা | কমল নাৰায়ণ চৌধুৰী |
সংগীত | কমল নাৰায়ণ চৌধুৰী |
চিত্ৰনাট্য/সংলাপ | লক্ষ্যধৰ চৌধুৰী |
কাহিনী | লক্ষ্যধৰ চৌধুৰী |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | কামাখ্যানাথ ঠাকুৰ, চাৰু বৰদলৈ, দেৱবালা চলিহা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
বিপ্লৱী | |
মুক্তি | ৬ জানুৱাৰী, ১৯৫০ |
প্ৰযোজনা/বেনাৰ | |
পৰিচালনা | অসিত সেন |
চিত্ৰনাট্য/সংলাপ | |
সংগীত | শিৱ ভট্টাচাৰ্য |
কাহিনী | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | অনুপমা ভট্টাচাৰ্য, চন্দ্ৰ ফুকন, ৰাণী নাথ |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
পাৰঘাট | |
মুক্তি | ৫ আগষ্ট, ১৯৪৯ |
প্ৰযোজনা/বেনাৰ | প্ৰমথ ৰাম দাস |
পৰিচালনা | প্ৰবীন ফুকন |
চিত্ৰনাট্য/সংলাপ | |
সংগীত | গন্ধৰ্ব (পুৰুষোত্তম দাস) |
কাহিনী | প্ৰবীন ফুকন |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | জ্ঞানদা কাকতি, চন্দ্ৰকান্ত ফুকন, প্ৰবীন ফুকন,সৰ্বেশ্বৰ চক্ৰৱৰ্তী, যোগেন্দ্ৰনাথ বৰদলৈ, ভুৱনেশ্বৰ বুজৰবৰুৱা, যোগেন্দ্ৰনাথ বৰকাকতি |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
পিয়লী ফুকন | |
মুক্তি | ২ ডিচেম্বৰ, ১৯৫৫ |
প্ৰযোজনা/বেনাৰ | গামা প্ৰসাদ আগৰৱালা |
পৰিচালনা | ফণী শৰ্মা |
সংগীত | ডঃ ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ফণী শৰ্মা |
কাহিনী | ফণী শৰ্মা |
সম্পাদনা | সুবোধ বেনাৰ্জী |
চিত্ৰগ্ৰহণ | ফণী শৰ্মা |
শব্দগ্ৰহণ | - |
অভিনয় শিল্পী | ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামী, ইভা আচাও, জ্ঞানদা কাকতি, ৰেবেকা আচাও, তুলসী দাস, ভূপেন বৰুৱা আদি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
Pages: 1 2 3 4 5
To Top
error: Content is protected !!