চিনেকথা
১৯৫৬-১৯৬৫
| |
---|
সৰাপাত | |
মুক্তি | ৩০ মার্চ, ১৯৫৬ |
প্ৰযোজনা/বেনাৰ | আনোৱাৰ ফিল্মছ |
পৰিচালনা | আনোৱাৰ হুছেইন |
সংগীত | মুকুল বৰুৱা |
চিত্ৰনাট্য/সংলাপ | আনোৱাৰ হুছেইন |
কাহিনী | আনোৱাৰ হুছেইন |
সম্পাদনা | কমল গাংগুলী |
চিত্ৰগ্ৰহণ | সুবোধ বেনার্জী |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | ফণী শর্মা, গিৰিশ চৌধুৰী, জ্ঞানদা কাকতি, অনুপমা ভট্টাচার্য, তচদ্দুক ইউছুফ, মীৰা বিশ্বাস, ধীৰু ভূঞা, দূর্গেশ্বৰ বৰঠাকুৰ, শৈলধৰ বৰুৱা, শৈলবালা দেৱী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
স্মৃতিৰ পৰশ | |
মুক্তি | ৬ এপ্ৰিল, ১৯৫৬ |
প্ৰযোজনা/বেনাৰ | গৌৰীশংকৰ হিমৎসিংকা/ বৰুৱা আৰ্ট প্ৰডাকচন |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | ব্ৰজেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | নিপ বৰুৱা |
কাহিনী | নিপ বৰুৱা |
সম্পাদনা | ৰমেশ যোশী |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | - |
অভিনয় শিল্পী | ব্ৰজেন বৰুৱা, নিভা বৰুৱা,বিমলা বৰুৱা, দুৰ্গেশ্বৰ বৰঠাকুৰ, তুলসী গোবিন্দ বৰুৱা, নিপ বৰুৱা, ৰম্ভা বৰুৱা, অমলেন্দু বাগচী, চৌকৎ আলি, চামচুল হুদা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মাক আৰু মৰম | |
মুক্তি | ১০ মে’, ১৯৫৬ |
প্ৰযোজনা/বেনাৰ | বৰুৱা আর্ট প্রডাকচনচ |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | ব্রজেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | নিপ বৰুৱা |
কাহিনী | নিপ বৰুৱা |
সম্পাদনা | গোবিন্দলাল চেটার্জী |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | কেষ্ট মুখার্জী |
অভিনয় শিল্পী | ভাইটি অমৰজ্যোতি, ভন্টী নীৰা, নিজৰা চৌধুৰী, উষা দেৱী, ব্রজেন বৰুৱা, দ্বিবন বৰুৱা, নেইমুদ্দিন, অমলেন্দু বাগচী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
লখিমী | |
মুক্তি | ২৮ ছেপ্তেম্বৰ, ১৯৫৬ |
প্ৰযোজনা/বেনাৰ | লখিমী প্রডাকচনচ |
পৰিচালনা | ভবেন দাস |
সংগীত | ব্রজেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | ভবেন দাস |
কাহিনী | ভবেন দাস |
সম্পাদনা | গোবিন্দলাল চেটার্জী |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | প্রবীণ ফুকন,জ্ঞানদা কাকতি, ৰাণু ডেকা, বিমলা বৰুৱা, সুৰেশ গোস্বামী, ডা: তাৰিণী বৰুৱা, শুভ বৰুৱা, অমলেন্দু বাগচী |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
এৰাবাটৰ সুৰ | |
মুক্তি | ৩০ নবেম্বৰ, ১৯৫৬ |
প্ৰযোজনা/বেনাৰ | বি পি ফিল্মছ |
পৰিচালনা | ড:ভূপেন হাজৰিকা |
চিত্ৰনাট্য্/সঙ্লপ | ড:ভূপেন হাজৰিকা |
কাহিনী | প্রিয়ম হাজৰিকা, ড:ভূপেন হাজৰিকা |
সম্পাদনা | তৰুণ দত্ত |
চিত্ৰগ্ৰহণ | অনিল গুপ্ত |
শব্দগ্ৰহণ | ঋষি বেনার্জী, অৱনী চেটার্জী |
অভিনয় শিল্পী | ফণী শর্মা, বলৰাজ সাহানি, বিষ্ণু ৰাভা, বিজয় শংকৰ, ইভা আচাও, প্রীতি ধাৰা, পুণ্য দুৱৰা, তচদ্দুক ইউচুফ, ৰেবেকা আচাও, গিৰিজা বৰুৱা, চামচুল হুদা |
স্থিৰচিত্ৰ/ পোষ্টাৰ |  |
| |
---|
ধুমুহা | |
মুক্তি | ২৭ ছেপ্তেম্বৰ, ১৯৫৭ |
প্ৰযোজনা/বেনাৰ | শোণিতপুৰ পিকচার্ছ |
পৰিচালনা | ফণী শর্মা |
চিত্ৰনাট্য/সংলাপ | ফণী শর্মা |
সংগীত | ড: ভূপেন হাজৰিকা |
কাহিনী | ফণী শর্মা |
সম্পাদনা | ৰমেশ যোশী |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | বাণী দত্ত, ঋষিকেশ বেনার্জী |
দৃশ্য পৰিকল্পনা | বিজয় বসু |
অভিনয় শিল্পী | ফণী শর্মা, তুলসী দাস, চন্দ্রধৰ গোস্বামী, হিতেশ্বৰ মহন্ত, কুলেন গোস্বামী, অমলেন্দু বাগচী, চামচুল হুদা, দেৱী মুখার্জী, স্মৃতিৰেখা, ড: ভূপেন হাজৰিকা (অতিথি শিল্পী) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ৰঙা পুলিচ | |
মুক্তি | ৪ এপ্রিল, ১৯৫৮ |
প্ৰযোজনা/বেনাৰ | মিলিত শিল্পী চিনেমা প্রডাকচন প্রা: লিমিটেড |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | নিজাম |
চিত্ৰনাট্য | নিপ বৰুৱা |
কাহিনী/সংলাপ | ৰমেশ শর্মা |
সম্পাদনা | শ্যাম দাস |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | বাণী দত্ত |
কলা নির্দেশনা | বিজয় বসু |
অভিনয় শিল্পী | জ্ঞানদা কাকতি, নিপ বৰুৱা, ডা: মুনিন বৰুৱা, তিলমিজুৰ ৰহমান, চৈয়দ আব্দুল মালিক, আব্দুল মজিদ, বীণা বৰুৱা, ভোলা কাকতি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ভক্ত প্ৰহ্লাদ | |
মুক্তি | ১৪ নবেম্বৰ, ১৯৫৮ |
প্ৰযোজনা/বেনাৰ | নিপ বৰুৱা |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | ব্রজেন বৰুৱা |
কাহিনী সংগ্রহ | অমলেন্দু বাগচী |
সম্পাদনা | শ্যাম দাস |
চিত্ৰগ্ৰহণ | কেষ্ট মুখার্জী |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | সর্বেশ্বৰ চক্রৱর্তী, ফণী শর্মা, ইভা আচাও, শৰৎ দাস, অমলেন্দু বাগচী, মাণিক দাস, ধৰণী দাস, শুক্লা দাস, ৰেবেকা আচাও, শিখা ৰাণী, দ্বিবন বৰুৱা, নীৰা (শিশুশিল্পী) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
কেঁচা সোণ | |
মুক্তি | ২৯ মার্চ, ১৯৫৯ |
প্ৰযোজনা/বেনাৰ | হৃদয় আগৰৱালা( তেজপুৰ জিলা চাহ মজদুৰ সংঘৰ হৈ) |
পৰিচালনা | ফণী শর্মা |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য | ভৰত বৰপূজাৰী |
কাহিনী | ভৰত বৰপূজাৰী |
সম্পাদনা | তৰুণ দত্ত |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | চন্দ্রধৰ গোস্বামী, ইভা আচাও, ৰেবেকা আচাও, মনোমতী গগৈ, তিলক দুৱৰা, অজিত সিংহ, ভৰত বৰপূজাৰী |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
চাকনৈয়া | |
মুক্তি | ৪ ছেপ্তেম্বৰ, ১৯৫৯ |
প্ৰযোজনা/বেনাৰ | দেবা ফিল্মছ |
পৰিচালনা | শৈল বৰুৱা |
সংগীত | মুকুল বৰুৱা |
চিত্ৰনাট্য/সংলাপ | দুর্গেশ্বৰ বৰঠাকুৰ |
কাহিনী | দুর্গেশ্বৰ বৰঠাকুৰ |
সম্পাদনা | ৰমেশ যোশী |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্ৰহণ | শিশিৰ চেটার্জী |
অভিনয় শিল্পী | জ্ঞানদা কাকতি, বীণা বৰুৱা, তুলসী দাস, সর্বেশ্বৰ চক্রৱর্তী, বীণা দাস, বেলা দালাল, দুর্গেশ্বৰ বৰঠাকুৰ, শৈল বৰুৱা, অনুশ্রী বৰদলৈ, হেমেন হাজৰিকা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
পূবেৰুণ | |
মুক্তি | ১৮ ছেপ্তেম্বৰ, ১৯৫৯ |
প্ৰযোজনা/বেনাৰ | কথাকলি চিনে প্রডিউচার্চ, নগাঁও (অসম) |
পৰিচালনা | প্রভাত মুখার্জী |
সংগীত | তাৰিকুদ্দিন আহমেদ |
চিত্ৰনাট্য/সংলাপ | প্রভাত মুখার্জী, ৰমেশ শর্মা |
কাহিনী | ডা: খগেন ৰায়, তচদ্দুক ইউচুফ (কাহিনী পৰিবর্দ্ধন) |
সম্পাদনা | হৰিদাস মহলানবিচ |
চিত্ৰগ্ৰহণ | অজয় মিত্র |
শব্দগ্ৰহণ | অতুল চট্টোপাধ্যায়, মণি বসু |
অভিনয় শিল্পী | জ্ঞানদা কাকতি, ৰাধাগোবিন্দ বৰুৱা, বীণা বৰুৱা, মার্গাৰেট এণ্ডাৰছন, ৰেবেকা আচাও, গীতা সিং, তচদ্দুক ইউচুফ, পাজী দাস, ডা: খগেন ৰায় |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
পুৱতি নিশাৰ সপোন | |
মুক্তি | ২ অক্টোবৰ, ১৯৫৯ |
প্ৰযোজনা/বেনাৰ | ৰূপজ্যোতি প্রডাকচন, তেজপুৰ |
পৰিচালনা | ফণী শর্মা |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ফণী শর্মা |
কাহিনী | ফণী শর্মা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | ফণী শর্মা, ইভা আচাও, তচদ্দুক ইউচুফ, জ্ঞানদা কাকতি, চন্দ্রধৰ গোস্বামী, বীণা দাস, কুলেন গোস্বামী, দুর্গা গোস্বামী, প্রবীণ ফুকন, নবীন গোস্বামী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
আমাৰ ঘৰ | |
মুক্তি | ৪ ডিচেম্বৰ, ১৯৫৯ |
প্ৰযোজনা/বেনাৰ | কামৰূপ কলা মন্দিৰ |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | ব্রজেন বৰুৱা, ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | নিপ বৰুৱা, লক্ষ্যধৰ চৌধুৰী |
কাহিনী | নিপ বৰুৱা |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | বাণী দত্ত, ঋষি বেনার্জী |
দৃশ্য পৰিকল্পনা | বিজয় বসু |
অভিনয় শিল্পী | ফণী শর্মা, বিজয় শংকৰ, বীণা বৰুৱা, প্রবীণ ফুকন, লক্ষ্যধৰ চৌধুৰী, ক্ষীৰদাকান্ত বিষয়া, কনক দাস, চামচুল হুদা, বীণা দাস, বেবী নীৰা, অমৰজ্যোতি (শিশুশিল্পী) |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
লাচিত বৰফুকন | |
মুক্তি | ২৯ ছেপ্তেম্বৰ, ১৯৬১ |
প্ৰযোজনা/বেনাৰ | প্রাগজ্যোতি কলা মন্দিৰ, গুৱাহাটী |
পৰিচালনা | প্রবীণ ফুকন, লক্ষ্যধৰ চৌধুৰী |
সংগীত | ব্রজেন বৰুৱা, ক্ষীৰদাকান্ত বিষয়া |
চিত্ৰনাট্য/সংলাপ | প্রবীণ ফুকন, লক্ষ্যধৰ চৌধুৰী |
সম্পাদনা | সুবোধ ৰয়, গংগা লস্কৰ |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | বাণী দত্ত, ইন্দু অধিকাৰী |
কলা নির্দেশনা | যুগল দাস |
অভিনয় শিল্পী | সর্বেশ্বৰ চক্রৱর্তী, ফণী শর্মা, জীৱেশ্বৰ চক্রৱর্তী, ক্ষীৰদাকান্ত বিষয়া, লক্ষ্যধৰ চৌধুৰী, প্রবীণ ফুকন, ইভা আচাও, বীণা দাস, সূর্য বৰা(ভাষা আন্দোলনৰ শ্বহীদ) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
শকুন্তলা | |
মুক্তি | ২৪ নবেম্বৰ, ১৯৬১ |
প্ৰযোজনা/বেনাৰ | ড: ভূপেন হাজৰিকাৰ ‘কামৰূপ চিত্র’, কাশীপ্রসাদ বিহানী |
পৰিচালনা | ড: ভূপেন হাজৰিকা |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ড: ভূপেন হাজৰিকা |
কাহিনী | কালিদাসৰ ‘অভিজ্ঞানম্ শকুন্তলম্’ৰ আধাৰত |
সম্পাদনা | শিৱ ভট্টাচার্য, অমলেশ শিকদাৰ |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্ৰহণ | অৱনী চেটার্জী |
কলা নির্দেশনা | শচীন মুখার্জী |
অভিনয় শিল্পী | অনিতা, ইভা আচাও, পবিত্র বৰকাকতি, কুমাৰী কৃষ্ণা, ফণী শর্মা, ধীৰাজ দাস, খগেন মহন্ত, দেৱবালা চলিহা, স্বাগতা চক্রৱর্তী, কুলদা কুমাৰ ভট্টাচার্য, বিদ্যা ৰাও (শিশু শিল্পী) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মাটিৰ স্বৰ্গ | |
মুক্তি | ১ মার্চ, ১৯৬৩ |
প্ৰযোজনা/বেনাৰ | চৌধুৰী চিত্রায়ন |
পৰিচালনা | অনিল চৌধুৰী |
সংগীত | জিতেন দেৱ, বীৰেন্দ্র কুমাৰ |
চিত্ৰনাট্য/সংলাপ | গিৰিশ চৌধুৰী |
কাহিনী | গিৰিশ চৌধুৰী |
সম্পাদনা | অজিত দাস |
চিত্ৰগ্ৰহণ | সুবোধ বন্দোপাধ্যায় |
শব্দগ্ৰহণ | জে ডি ইৰাণী, শিশিৰ চেটার্জী |
কলা নির্দেশনা | নৰেশ ঘোষ |
অভিনয় শিল্পী | প্রসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলী, সর্বেশ্বৰ দত্ত, ভূৱনেশ্বৰ বুজৰবৰুৱা, চাৰু কাকতি, হেমেন বৰুৱা, বিমল নাথ |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ইটো সিটো বহুতো | |
মুক্তি | ২২ নবেম্বৰ, ১৯৬৩ |
প্ৰযোজনা/বেনাৰ | জে পি চিনে আর্ট, জোনপ্রভা বৰুৱানী |
পৰিচালনা | ব্রজেন বৰুৱা |
সংগীত | ব্রজেন বৰুৱা |
চিত্ৰনাট্য্/সংলাপ | ব্রজেন বৰুৱা |
সম্পাদনা | ৰবীন সেন |
চিত্ৰগ্ৰহণ | শংকৰ বেনার্জী |
কলা নির্দেশনা | অনিল দে |
অভিনয় শিল্পী | ফণী শর্মা, ব্রজেন বৰুৱা, শৰৎ দাস, মোৱাজ্জিন আলী, গিৰিন বৰুৱা, প্রবীন বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, অমলেন্দু বাগচী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
তেজীমলা | |
মুক্তি | ২৭ ডিচেম্বৰ, ১৯৬৩ |
প্ৰযোজনা/বেনাৰ | আনোৱাৰ ফিল্মছ |
পৰিচালনা | আনোৱাৰ হুছেইন (আহু) |
সংগীত | ৰাজেশ্বৰ বৰদলৈ (বুলু) |
চিত্ৰনাট্য/সংলাপ | আনোৱাৰ হুছেইন (আহু) |
কাহিনী | লক্ষ্মীনাথ বেজবৰুৱা (বুঢ়ী আইৰ সাধু) |
সম্পাদনা | নিকুঞ্জ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | লাল চিং কলচি |
শব্দগ্রহণ | সুজিত সৰকাৰ |
অভিনয় শিল্পী | ইন্দিৰা বৰুৱা, বীণা বৰুৱা, ৰোহিণী বৰুৱা, আব্দুল মজিদ, ভোলা কাকতি, এছ ৰহমান, নৱ কুমাৰ, আনোৱাৰ আলী, মহিকান্ত শইকীয়া |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মণিৰাম দেৱান | |
মুক্তি | ১০ জানুৱাৰী, ১৯৬৪ |
প্ৰযোজনা/বেনাৰ | চৌধুৰী চলচ্চিত্র প্রতিষ্ঠান |
পৰিচালনা | সর্বেশ্বৰ চক্রৱর্তী |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য্/সংলাপ | সর্বেশ্বৰ চক্রৱর্তী |
কাহিনী | বেণুধৰ শর্মাৰ ‘মণিৰাম দেৱান’, প্রবীণ ফুকন ‘মণিৰাম দেৱান’ৰ আলমত |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্রহণ | জে ডি ইৰাণী, শিশিৰ চেটার্জী, মৃণাল গুহ ঠাকুৰতা |
কলা নির্দেশনা | বটু সেন |
অভিনয় শিল্পী | ফণী শর্মা, পবিত্র বৰকাকতি, ভূবন চৌধুৰী, উৎপল দত্ত, দিলীপ হাজৰিকা, কমল চৌধুৰী, ধীৰেণ শর্মা, ইভা আচাও, ৰেণু শইকীয়া, প্রতিভা ঠাকুৰ, বীণা দাস, ৰেবেকা আচাও |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
প্ৰতিধ্বনি | |
মুক্তি | ২২ জানুৱাৰী, ১৯৬৫ |
প্ৰযোজনা/বেনাৰ | কামৰূপ চিত্র |
পৰিচালনা | ড: ভূপেন হাজৰিকা |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ড: ভূপেন হাজৰিকা |
কাহিনী | এক খাছি কিংবদন্তিৰ আধাৰত |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্রহণ | শিশিৰ চেটার্জী, অৱনী চেটার্জী, সত্যেন চেটার্জী, মিনু কাত্রাক |
কলা নির্দেশনা | যুগল দাস, বটু সেন |
অভিনয় শিল্পী | বিষ্ণু ৰাভা, ফণী শর্মা, পবিত্র বৰকাকতি, ইভা আচাও, বিদ্যা ৰাও, ৰঞ্জনা বৰদলৈ, কৃষ্ণা দাস, স্বাগতা চক্রৱর্তী, শৰৎ দাস, শুভ বৰুৱা, আনন্দ মোহন ভাগৱতী, হীৰেন দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
Pages: 1 2 3 4 5
To Top
error: Content is protected !!