চিনেকথা
১৯৬৬-১৯৭৫
লটিঘটি | |
---|
মুক্তি | ২৫ নৱেম্বৰ, ১৯৬৬ |
প্ৰযোজনা/বেনাৰ | কামৰূপ চিত্র |
পৰিচালনা | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ড: ভূপেন হাজৰিকা |
সংগীত | ড: ভূপেন হাজৰিকা |
কাহিনী | ড: ভূপেন হাজৰিকা |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
চিত্ৰগ্ৰহণ | শক্তি দত্ত |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিদ্যা ৰাও, বিজয় শংকৰ, কুলদা কুমাৰ ভট্টাচার্য,ৰত্ন ওজা, শৰৎ দাস, জয়ন্ত হাজৰিকা, মনীষা সেনগুপ্ত, জহৰ ৰায় |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
মৰমতৃষ্ণা | |
---|
মুক্তি | ৫ জানুৱাৰী, ১৯৬৮ |
প্ৰযোজনা/বেনাৰ | ড্রিমলেণ্ড পিকচার্ছ, নগাঁও |
পৰিচালনা | আব্দুল মজিদ |
সংগীত | বিবেকানন্দ ভট্টাচার্য |
চিত্ৰনাট্য/সংলাপ | আব্দুল মজিদ |
কাহিনী | ইদুল হুছেইন |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্ৰহণ | সুজিত সৰকাৰ |
অভিনয় শিল্পী | ৰোহিনী বৰুৱা, ৰেখা বৰা, প্রভা বৰা, জ্ঞানদা বৰা, ৰঞ্জনা বৰদলৈ, বীৰেন মহন্ত, ভোলা কাকতি, ৰছিদা খাতুন, ডা: ৰুদ্র গোস্বামী |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
সংগ্ৰাম | |
---|
মুক্তি | ১৯ জানুৱাৰী, ১৯৬৮ |
প্ৰযোজনা/বেনাৰ | আই কে চিনে এণ্টাৰপ্রাইজ |
পৰিচালনা | অমৰ পাঠক |
সংগীত | অসিত গাঙ্গুলী, গিৰিশ দাস |
চিত্ৰনাট্য/সংলাপ | অমৰ পাঠক, দেৱকুমাৰ বসু |
কাহিনী | গোবর্ধন অধিকাৰী |
সম্পাদনা | নলীন দুৱৰা |
চিত্ৰগ্ৰহণ | জে ডি ইৰাণী, শ্যাম সুন্দৰ ঘোষ |
শব্দগ্ৰহণ | সঞ্জিত সেন |
অভিনয় শিল্পী | নিপন গোস্বামী, বিদ্যা ৰাও, প্রদীপ ভূঞা, ৰাজেন দাস, তিলক দুৱৰা, জোনালী দুৱৰা, শিশু শিল্পী ভোলা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
চিকমিক বিজুলী | |
---|
মুক্তি | ২৮ অক্টোবৰ, ১৯৬৯ |
প্ৰযোজনা/বেনাৰ | ৰাজশ্রী (তাৰাচান্দ বৰজাত্য) ৰ কামৰূপ চিত্র |
পৰিচালনা | ড: ভূপেন হাজৰিকা |
সংগীত | ড: ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | ড: ভূপেন হাজৰিকা |
কাহিনী | ড: ভূপেন হাজৰিকা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | অনিল গুপ্ত |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিদ্যা ৰাও, বিজয় শংকৰ, শশাংক সোম, কুলদা কুমাৰ ভট্টাচার্য, তচদ্দুক উউচুফ, দোস্ত হবিবুৰ ৰহমান, জহৰ ৰায়, ভোলা কাকতি, অৰুণ ৰায়, ইলা কাকতি (নৃত্যত) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
ডক্তৰ বেজবৰুৱা | |
---|
মুক্তি | ৭ নবেম্বৰ, ১৯৬৯ |
প্ৰযোজনা/বেনাৰ | ৰংঘৰ চিনে প্রডাকচনচ |
পৰিচালনা | ব্রজেন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | ব্রজেন বৰুৱা |
কাহিনী | ব্রজেন বৰুৱা |
সম্পাদনা | শিৱ ভট্টচার্য |
চিত্ৰগ্ৰহণ | সুজিৎ সিংহ |
শব্দগ্ৰহণ | সত্য ডেকা |
অভিনয় শিল্পী | নিপন গোস্বামী, ব্রজেন বৰুৱা, মেঘালী দেৱী, ৰঞ্জনা বৰদলৈ, প্রতিভা ঠাকুৰ, ৰেণু শইকীয়া, তৰুণ দুৱৰা, বিজু ফুকন |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
অপৰাজেয় | |
মুক্তি | ৬ মে’, ১৯৭০ |
প্ৰযোজনা/বেনাৰ | চিত্রাচল (নিবেদন: মধু ফিল্মছ) |
পৰিচালনা | চতুৰংগ ( ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনীন বায়ন, গৌৰী বর্মন) |
সংগীত | সলিল চৌধুৰী |
চিত্ৰনাট্য/সংলাপ | অতুল বৰদলৈ |
কাহিনী | ফণী তালুকদাৰ |
সম্পাদনা | গোবিন্দ দালোৱাৰে |
চিত্ৰগ্ৰহণ | ডি কে প্রভাকৰ |
শব্দগ্ৰহণ | পীযুষকান্তি ৰয় |
অভিনয় শিল্পী | ৰাখী, প্রশান্ত হাজৰিকা, পৰাগ চলিহা, বিৰজা দাস, ৰমণী বর্মন, পুণ্য দাস, লক্ষ্মীছায়া, অনুৰাধা দাস, ৰাজেন দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
বৰুৱাৰ সংসাৰ | |
মুক্তি | ২ অক্টোবৰ, ১৯৭০ |
প্ৰযোজনা/বেনাৰ | ৰাজজ্যোতি চিনে আর্ট |
পৰিচালনা | নিপ বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | নিপ বৰুৱা |
কাহিনী | প্রফুল্ল বৰা |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | সৌমেন চেটার্জী |
অভিনয় শিল্পী | তচদ্দুক ইউচুফ, ব্রজেন বৰুৱা, নিপন গোস্বামী, বিজু ফুকন, অনিমা ভট্ট, বীণা বাৰুৱতী, নিৰেন বৰুৱা, প্রতিভা ঠাকুৰ, চিৰাজুল ইছলাম |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মুকুতা | |
মুক্তি | ৩০ অক্টোবৰ, ১৯৭০ |
প্ৰযোজনা/বেনাৰ | এ কে ফিল্মছ |
পৰিচালনা | ব্রজেন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | ব্রজেন বৰুৱা |
কাহিনী | ব্রজেন বৰুৱা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | সুজিত সিংহ |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | নিপন গোস্বামী, বিদ্যা ৰাও, ব্রজেন বৰুৱা, জয়া শইকীয়া, কমল নাৰায়ণ চৌধুৰী, ৰাণী পাঠক, নিৰদা ভূঞা |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
শেষ বিচাৰ | |
মুক্তি | ১৯৭১ |
প্ৰযোজনা/বেনাৰ | |
পৰিচালনা | দেৱ কুমাৰ বসু |
সংগীত | অসিত গাংগুলী |
চিত্ৰনাট্য/সংলাপ | |
কাহিনী | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
মানৱ আৰু দানৱ | মানৱ আৰু দানৱ |
মুক্তি | ২৬ ফেব্রুৱাৰী. ১৯৭১ |
প্ৰযোজনা/বেনাৰ | শ্রীকৃষ্ণ ফিল্মছ, নগাঁও |
পৰিচালনা | ইন্দুকল্প হাজৰিকা |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | ইন্দুকল্প হাজৰিকা, প্রফুল্ল বৰা |
কাহিনী | ইন্দুকল্প হাজৰিকা |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
চিত্ৰগ্ৰহণ | অনিল গুপ্ত, জ্যোতি লাহা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিজয় শংকৰ, নিপন গোস্বামী, বিদ্যা ৰাও, দীনেশ দাস, পুণ্য দাস, চন্দ্রা, ইন্দ্রনীল, অনুপমা ভট্টাচার্য |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
অৰণ্য | |
মুক্তি | ১২ নবেম্বৰ, ১৯৭১ |
প্ৰযোজনা/বেনাৰ | মঙ্গলদৈ ইউনাইটেড ক্লাৱ |
পৰিচালনা | সমৰেন্দ্র নাৰায়ণ দেৱ |
সংগীত | সুধীন দাশগুপ্ত |
চিত্ৰনাট্য/সংলাপ | সমৰেন্দ্র নাৰায়ণ দেৱ |
কাহিনী | সমৰেন্দ্র নাৰায়ণ দেৱ |
সম্পাদনা | গোবিন্দ চেটার্জী |
চিত্ৰগ্ৰহণ | ৰামানন্দ সেনগুপ্ত |
শব্দগ্ৰহণ | মৃণাল গুহ ঠাকুৰতা |
অভিনয় শিল্পী | বিদ্যা ৰাও, বিজু ফুকন, তচদ্দুক ইউচুফ, পুণ্য দাস, বীণা বাৰুৱতী, বিষ্ণু খাৰঘৰীয়া |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
যোগ-বিয়োগ | যোগ-বিয়োগ |
মুক্তি | ৩১ ডিচেম্বৰ, ১৯৭১ |
প্ৰযোজনা/বেনাৰ | সুপ্রভা দেৱী |
পৰিচালনা | দ্বিবন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | দ্বিবন বৰুৱা |
কাহিনী | সমৰেন্দ্র নাৰায়ণ দেৱ |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্ৰহণ | অনিল দাসগুপ্ত |
অভিনয় শিল্পী | ডা: হাদি আলম বৰা, ইলা কাকতি, মোৱাজ্জিন আলী, নিৰদা ভূঞা, ডা: মুনিন বৰুৱা, ভোলা কাকতি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
উপগ্রহ | |
মুক্তি | ১৯৭২ |
প্ৰযোজনা/বেনাৰ | পাঞ্চজন্য প্রডাকচনচ, নলবাৰী |
পৰিচালনা | ভবেন দাস |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | |
কাহিনী | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
ললিতা | |
মুক্তি | ১৮ ফেব্রুৱাৰী. ১৯৭২ |
প্ৰযোজনা/বেনাৰ | চৌধুৰী চলচ্চিত্র প্রতিষ্ঠান |
পৰিচালনা | ব্রজেন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | ব্রজেন বৰুৱা |
কাহিনী | ব্রজেন বৰুৱা |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | সতীশ চৌহান (পুন: শব্দ সংযোজন – সত্যেন চেটার্জী) |
অভিনয় শিল্পী | বিজু ফুকন, ঈশান বৰুৱা, তিলমিজুৰ ৰহমান, ব্রজেন বৰুৱা, তৰুণ দুৱৰা, ধীৰু ভূঞা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ওপৰ মহলা | |
মুক্তি | ২৪ মার্চ, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | জিতেন শর্মা |
পৰিচালনা | জিতেন শর্মা |
সংগীত | শ্যামল মিত্র |
চিত্ৰনাট্য/সংলাপ | |
কাহিনী | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | জ্ঞানদা কাকতি, পবিত্র বৰকাকতি, জিতেন শর্মা, অনিল দাস, বীৰেন মহন্ত, জহৰ ৰায় |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
বিভ্রাট | |
মুক্তি | ৭ এপ্রিল, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | পীতাম্বৰ শর্মা, বংশীধৰ শর্মা, ফণী তালুকদাৰ |
পৰিচালনা | ফণী তালুকদাৰ |
সংগীত | মেল’ডিকা (ৰমেন চৌধুৰীৰ তত্বাৱধানত) |
চিত্ৰনাট্য/সংলাপ | দুর্গেশ্বৰ বৰঠাকুৰ, ফণী তালুকদাৰ |
কাহিনী | দুর্গেশ্বৰ বৰঠাকুৰ |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | সুজিত সিংহ |
শব্দগ্ৰহণ | মহেশ মল্ল বুজৰবৰুৱা |
অভিনয় শিল্পী | পুণ্য দাস, বিৰিঞ্চি ভট্টাচার্য, মোৱাজ্জিন আলী, কলম চৌধুৰী, বীণা দাস, চন্দ্রা, অনুজা দেৱী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ওপজা সোণৰ মাটি | |
মুক্তি | ১৩ অক্টোবৰ, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | প্রগতি চিনে প্রডাকচনচ, উত্তৰ লক্ষীমপুৰ |
পৰিচালনা | ব্রজেন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | ব্রজেন বৰুৱা |
কাহিনী | জীৱন বৰা |
সম্পাদনা | শিৱ ভট্টাচার্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | পৰমেন্দ্ৰ ভুঞা, প্ৰশান্ত হাজৰিকা, মীনা দাস, অনুৰাধা শইকীয়া, পৰেশ বৰা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
হৃদয়ৰ প্রয়োজন | |
মুক্তি | ১ ডিচেম্বৰ, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | কামাখ্যা চিত্র |
পৰিচালনা | গৌৰী বর্মন |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | গৌৰী বর্মন |
কাহিনী | হোমেন বৰগোহাঞি |
সম্পাদনা | ৰমেন ঘোষ |
চিত্ৰগ্ৰহণ | বিশু মুখার্জী |
শব্দগ্ৰহণ | অমূল্য |
অভিনয় শিল্পী | অনিল দাস, ৰমনী বর্মন, দুলু জামাল, ধীৰু ভূঞা, গীতা চৌধুৰী, মীনাক্ষি দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মৰীচিকা | |
মুক্তি | ১৫ ডিচেম্বৰ, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | প্রমথেশ বৰুৱা চিত্রম, গোৱালপাৰা |
পৰিচালনা | অমূল্য মান্না |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | অমূল্য মান্না, নৃপেন বৰুৱা |
কাহিনী | নৃপেন বৰুৱা |
সম্পাদনা | অজিত দাস |
চিত্ৰগ্ৰহণ | বিভূতি চক্রৱর্তী |
শব্দগ্ৰহণ | সৌমেন চেটার্জী, কালী |
অভিনয় শিল্পী | নিপন গোস্বামী. তচদ্দুক ইউচুফ, চন্দ্রা, ভাৰতী দেৱী, পুষ্পা দেৱী |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ভাইটি | |
মুক্তি | ১৫ ডিচেম্বৰ, ১৯৭২ |
প্ৰযোজনা/বেনাৰ | এ কে ফিল্মছ |
পৰিচালনা | কমল নাৰায়ণ চৌধুৰী |
সংগীত | অজিত সিংহ |
চিত্ৰনাট্য/সংলাপ | |
কাহিনী | |
সম্পাদনা | দুলাল দত্ত |
চিত্ৰগ্ৰহণ | বিজয় দে, শান্তি দত্ত |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | ইভা আচাও, ইলা কাকতি, মাষ্টাৰ সিদ্ধার্থ, পার্থ, গীতার্থ, মঞ্জুলা, অশোক কুমাৰ, ভোলা কাকতি |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
অভিযান | |
মুক্তি | ৯ ফেব্ৰুৱাৰী, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | বিষ্ণু জ্যোতি সমবায় চলচ্চিত্ৰ পৰিষদ লিঃ (বিশ্বনাথ চাৰিআলি) |
পৰিচালনা | সুজিত সিংহ |
কাহিনী | বীৰেণ শৰ্মা |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | সুজিত সিংহ |
সম্পাদনা | শিৱ ভট্টাচাৰ্য |
চিত্ৰগ্ৰহণ | সুজিত সিংহ |
শব্দগ্ৰহণ | টেকনিকা |
অভিনয় শিল্পী | নিপন গোস্বামী, পূৰ্ণিমা পাঠক, ইলা কাকতি, অনিল দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
অনুতাপ | |
মুক্তি | ২৩ মার্চ, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | ইউনাইটেড চলচ্চিত্র প্রডাকচন, বিশ্বনাথ চাৰিআলি |
পৰিচালনা | অতুল বৰদলৈ |
কাহিনী | অতুল বৰদলৈ |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | অতুল বৰদলৈ |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | বেণু সেন |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | নিপন গোস্বামী, ইলা কাকতি, প্রমোদ বৰুৱা, ৰুণু বৰুৱা, প্রফুল্ল কুমাৰ বৰুৱা, নেইমুদ্দিন আহমেদ |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
বনৰীয়া ফুল | |
মুক্তি | ১৬ মার্চ, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | গতি চিত্র |
পৰিচালনা | অতুল বৰদলৈ |
কাহিনী | বীৰেশ্বৰ বৰুৱা |
সংগীত | জয়ন্ত হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | অতুল বৰদলৈ |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | দীনেন গুপ্ত |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিজু ফুকন, ইলা কাকতি, চন্দ্র নাৰায়ণ বৰুৱা, চন্দ্রা, নেইমুদ্দিন, গোপাল বৰুৱা, ভৱ বৰুৱা, মাখন খাউণ্ড |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
গণেশ | |
মুক্তি | ১৩ নবেম্বৰ, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | এ কে ফিল্ম ইউনিট |
পৰিচালনা | এ কে ফিল্ম ইউনিট |
কাহিনী | চনিয়া জুনেজা |
সংগীত | অজিত সিংহ |
চিত্ৰনাট্য/সংলাপ | এ কে ফিল্মছ ইউনিট, লক্ষ্যধৰ চৌধুৰী |
সম্পাদনা | দুলাল দত্ত |
চিত্ৰগ্ৰহণ | শক্তি মুখার্জী |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিজু ফুকন, মীনাক্ষি দাস, ৱাহিদা, শৈল বৰুৱা, জীৱেশ্বৰ চক্রৱর্তী, মোৱাজ্জিন আলী, ৰামু (হাতী) |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
মমতা | |
মুক্তি | ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | নটৰাজ ফিল্মচ ( নলীন দুৱৰা, প্ৰফুল্ল দত্ত, শিৱ ঠাকুৰ) |
পৰিচালনা | নলীন দুৱৰা |
কাহিনী | সুৰেন শইকীয়া |
সংগীত | বসন্ত বৰদলৈ, মাণিক বৰা |
চিত্ৰনাট্য/সংলাপ | ডঃ মোহিনী কুমাৰ শইকীয়া |
সম্পাদনা | শিৱ ভট্টাচাৰ্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | সতীশ চৌহান |
অভিনয় শিল্পী | ৰুদ্ৰ বৰুৱা, শিৱ ঠাকুৰ, ইভা আচাও, জয়া শইকীয়া, মাষ্টাৰ শোণিত কুমাৰ শইকীয়া |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ৰশ্মিৰেখা | |
মুক্তি | ৭ ডিচেম্বৰ, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | সপোন কলা মন্দিৰ চিনে প্রডাকচন |
পৰিচালনা | প্ৰফুল্ল বৰুৱা |
কাহিনী | ৰবীন চেতিয়া |
সংগীত | ডাঃ উপেন কাকতি |
চিত্ৰনাট্য/সংলাপ | প্ৰফুল্ল বৰুৱা |
সম্পাদনা | শিৱ সাধন ভট্টাচার্ষ |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | অৱনী চেটার্জী, প্রবীৰ মিত্র |
অভিনয় শিল্পী | বিজু ফুকন, হাদি আলম বৰা, ইলা কাকতি, বিনীতা গোহাঁই, প্রসন্ন গোস্বামী, মঞ্জুলা দেৱী |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
সোণতৰা | |
মুক্তি | ৩০ নবেম্বৰ, ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা, নিভা বৰুৱা |
পৰিচালনা | নিপ বৰুৱা |
কাহিনী | নিপ বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | নিপ বৰুৱা |
সম্পাদনা | শিৱ সাধন ভট্টাচার্ষ |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | তচদ্দুক ইউচুফ, প্রশান্ত হাজৰিকা, বিৰিঞ্চি ভট্টাচার্য, প্রদীপ ভূঞা, ইলা কাকতি, মীনাক্ষি দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
উত্তৰণ | |
মুক্তি | ১৯৭৩ |
প্ৰযোজনা/বেনাৰ | |
পৰিচালনা | মনোৰঞ্জন শীল |
কাহিনী | |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
সন্তান | |
মুক্তি | ১৫ ডিচেম্বৰ, ১৯৭৪ |
প্ৰযোজনা/বেনাৰ | লাচিত ফিল্মচ (পবন বৰুৱা, খনীন্দ্ৰ চৌধুৰী, অনিল বৰুৱা, কমলাৰাণী পাঠক) |
পৰিচালনা | অমৰ পাঠক |
কাহিনী | সন্তান |
সংগীত | প্ৰভাত শৰ্মা |
চিত্ৰনাট্য/সংলাপ | সন্তান |
সম্পাদনা | মধুসূদন বেনাৰ্জী |
চিত্ৰগ্ৰহণ | শংকৰ বেনাৰ্জী |
শব্দগ্ৰহণ | অৱনী চেটাৰ্জী, সৰোজ ইটালিয়া, কালি দাস |
অভিনয় শিল্পী | বিজয় শংকৰ, ইভা আচাও, নিপন গোস্বামী, অনুজা দেৱী, অনিল দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ব্লেক মানি | |
মুক্তি | ১৯৭৪ |
প্ৰযোজনা/বেনাৰ | |
পৰিচালনা | অচ্যুত লহকৰ |
কাহিনী | |
সংগীত | প্ৰভাত শৰ্মা |
চিত্ৰনাট্য/সংলাপ | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
বৃষ্টি | |
মুক্তি | ৩১ জানুৱাৰী. ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | জয়শ্রী প্রডাকচন |
পৰিচালনা | দেউতি বৰুৱা |
কাহিনী | দেউতি বৰুৱা |
সংগীত | জয়ন্ত হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | দেউতি বৰুৱা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | বেণু সেন |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | বিজু ফুকন, ইলা কাকতি, বিষ্ণু খাৰঘৰীয়া, দেউতি বৰুৱা, মীনাক্ষি দাস, প্রতিভা ঠাকুৰ |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
পৰিণাম | |
মুক্তি | ১৯৭৪ |
প্ৰযোজনা/বেনাৰ | বিজয় ফিল্মচ (প্ৰবীণ বৰা) |
পৰিচালনা | প্ৰবীণ বৰা |
কাহিনী | |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | প্ৰভাত ঘোষ |
শব্দগ্ৰহণ | অৱনী চেটাৰ্জী |
অভিনয় শিল্পী | ইভা আচাও, ইলা কাকতি, জুনু বৰুৱা, ইফটিকাৰ আহমেদ |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
ৰতনলাল | |
মুক্তি | ৭ মার্চ, ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | অসম চাহ মজদুৰ সংঘ |
পৰিচালনা | নলীন দুৱৰা |
কাহিনী | যোগেশ দাস |
সংগীত | নিৰ্মল চক্ৰৱৰ্তী |
চিত্ৰনাট্য/সংলাপ | ভৰত বৰপূজাৰী |
সম্পাদনা | শিৱ সাধন ভট্টাচার্য |
চিত্ৰগ্ৰহণ | নলীন দুৱৰা |
শব্দগ্ৰহণ | অৱনী চেটার্জী |
অভিনয় শিল্পী | বিশ্বজিৎ, ঝর্ণা শইকীয়া, ধীৰু ভূঞা, পবিত্র বৰকাকতি, নেইমুদ্দিন |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
তৰামাই | |
মুক্তি | ২৪ জানুৱাৰী. ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | ৰাজেন্দ্র চলচ্চিত্র |
পৰিচালনা | দ্বিবন বৰুৱা |
কাহিনী | দ্বিবন বৰুৱা |
সংগীত | ৰমেন বৰুৱা |
চিত্ৰনাট্য/সংলাপ | দ্বিবন বৰুৱা |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | দীনদয়াল বাজ’ৰিয়া |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | অনুপমা ভট্টাচাৰ্য, হীৰেন চৌধুৰী, বিভূতি ভট্টাচার্য, ৰূপজ্যোতি দাস, নিৰদা ভূঞা |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
চামেলি মেমচাব | |
মুক্তি | ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | সেউজ বোলছবি সন্থা |
পৰিচালনা | আব্দুল মজিদ |
কাহিনী | নিৰোদ চৌধুৰী |
সংগীত | ডঃ ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | আব্দুল মজিদ |
সম্পাদনা | |
চিত্ৰগ্ৰহণ | বিজয় দে |
শব্দগ্ৰহণ | |
অভিনয় শিল্পী | জৰ্জ বেকাৰ, বিনীতা বৰগোহাঁই, আব্দুল মজিদ, হৰেশ দত্ত |
স্থিৰচিত্ৰ/পোষ্টাৰ |  |
| |
---|
খোজ | |
মুক্তি | ২৮ ফেব্রুৱাৰী. ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | বিন্দু ফিল্মছ |
পৰিচালনা | পুলক গগৈ |
কাহিনী | |
সংগীত | ডঃ ভূপেন হাজৰিকা |
চিত্ৰনাট্য/সংলাপ | পুলক গগৈ |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
চিত্ৰগ্ৰহণ | ভবানী নাথ |
শব্দগ্ৰহণ | অৱনী চেটার্জী, সুশীল সিং, সতীশ চৌহান |
অভিনয় শিল্পী | দীপিকা আৰন্ধৰা, চাকিৰ হাজৰিকা, ইন্দ্ৰ বণিয়া, সাধন হাজৰিকা, বিৰিঞ্চি ভট্টাচাৰ্য |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
| |
---|
কাঁচঘৰ | |
মুক্তি | ২৮ নবেম্বৰ, ১৯৭৫ |
প্ৰযোজনা/বেনাৰ | চিত্রকলা মন্দিৰ |
পৰিচালনা | বিজয় চৌধুৰী, পীযুষ কান্তি ৰয় |
কাহিনী | নিৰোদ চৌধুৰী |
সংগীত | জিতু-তপন |
চিত্ৰনাট্য/সংলাপ | বিজয় চৌধুৰী, পীযুষ কান্তি ৰয় |
সম্পাদনা | বিজয় চৌধুৰী |
চিত্ৰগ্ৰহণ | ইন্দুকল্প হাজৰিকা |
শব্দগ্ৰহণ | পীযুষকান্তি ৰয় |
অভিনয় শিল্পী | বিজয় শংকৰ, তচদ্দুক ইউচুফ, জর্জ বেকাৰ, জয়শ্রী ৰায়, অনিল দাস |
স্থিৰচিত্ৰ/পোষ্টাৰ | |
Pages: 1 2 3 4 5
To Top
error: Content is protected !!