প্ৰভূত অর্থ আৰু জন্মগত প্ৰতিভাৰ লগতে অনুকূল পৰিবেশৰ মাজতে, প্রমথেশ বৰুৱাই চলচ্চিত্ৰৰ খুঁটি-নাটি তথা প্রয়োগ প্রদ্ধতিৰ ক্ষেত্ৰত বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে সম্যক...
১. কোনে আজি আবেলি চিনেমা: মুকুতা (১৯৭০) কণ্ঠ: দ্বীপেন বৰুৱা, অনিমা চৌধুৰী, ভন্টী বৰুৱা, ৰিণিকি বৰুৱা সংগীত: ৰমেন বৰুৱা কোনে আজি আবেলি...
“The book is a film that takes place in the mind od the reader.”- Paulo Coelho মানৱিক (humanities) সাহিত্যৰ অন্তৰীণ সাধনাৰ শাখাসমুহৰ...
বিমল ৰয়। ব্রিটিছ শাসনাধীন ভাৰতৰ ঢাকাত ১৯০৯ চনৰ আজিৰ দিনটোতে জন্ম গ্রহণ কৰিছিল এইগৰাকী ভাৰতীয় চিনেমা ইতিহাসৰ মহান পৰিচালকে। ঢাকাৰ পৰা কলিকতালৈ...
জামুগুৰি হাইস্কুলৰ শিক্ষক কেশৱ মহন্তই স্কুলৰ সাংস্কৃতিক উৎসৱত ল’ৰা ছোৱালীবোৰৰ বাবে মাজে-সময়ে লেখি দিছিল সংগীতালেখ্য। তাৰে এখন মঞ্চত পৰিবেশন কৰোতে ঘটনাক্রমে দর্শক...
গুৱাহাটী অনাতাঁৰ কেন্দ্র স্থাপিত হোৱাৰ পিছত জনাজাত হোৱা এগৰাকী প্রতিভাশালী সংগীতকাৰ আছিল ব্রজেন বৰুৱা। থলুৱা গীত-মাতৰ সৈতে ব্রজেন বৰুৱাৰ ঘনিষ্ঠ পৰিচয় আছিল...
প্রথম কথা- প্রভাত শর্মাৰ চিনেমাৰ সংগীত বিশ্লেষণ সহজ কাম নহয়। কেইবাখনো চিনেমাৰ সংগীতৰ কাম সংগীততে মিহলি হৈ আছে। -‘ককাদেউতাৰ ঘৰ জোঁৱাই’ৰ সংগীতৰ...
‘সন্ধ্যাৰাগ’ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সময়ত আমি জালুকবাৰীৰ বিশ্ববিদ্যালয়ৰ আবাস-গৃহত আছিলো। মোৰ প্রয়াত স্বামী ড: ভবেন্দ্ৰ নাথ শইকীয়া তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রস্তুতি...